মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

শনিবৰীয়া মেল, এক উদ্ভাৱনমূলক সমূহীয়া উদ্যোগ

শনিবৰীয়া মেলসমূহ বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট, স্থানীয় নিকায়, যুৱ সংগঠন, ছাত্ৰ সংগঠন তথা স্থানীয় শুভানুধ্যায়ী ব্যক্তিসকলৰ অংশগ্ৰহণৰে ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীৰ পাঠ গ্ৰহণৰ বিচৰ সময়ছোৱাত অন্যান্য কাম-কাজত মনোনিবেশ কৰাৰ বাবে উদগণি দিবলৈ প্ৰয়োগ কৰা হয়। ২০১২-১৩ বৰ্ষত পৰীক্ষামূলকভাৱে একাংশ বিদ্যালয়ত এনে ধৰণৰ শনিবৰীয়া মেল গঠনৰ উদ্যোগ গ্ৰহণ কৰিছিল সৰ্বশিক্ষা অভিযানে. পৰৱৰ্ত্তী সময়ত ইয়াৰ প্ৰসাৰ সাধন, উত্তৰণৰ বাবে এক কাঠামো গঢ়ি তোলাৰ উপৰি উত্তৰণমূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰা হৈছে। শনিবৰীয়া মেলত হস্তকলা/কাৰু শিল্প নিৰ্মাণ, চিত্ৰাংকন, গীত-নৃত্য, তৰ্ক প্ৰতিযোগিতা, ৰচনা লিখা, সাহিত্য চৰ্চা, কবিতা, বয়ন, ঊল গুঁঠা, ফুলনি পতা আদিৰ দিহা দিয়াৰ ব্যৱস্থা কৰা হৈছে।

Downloads
TitleSizeDetail
PDF icon Saturday Club Guideline.pdf945.8 KBswf-image