মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Axom

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

উৎসৱ বিদ্যাৰম্ভ

Utsav Vidyarambha

বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ বৃদ্ধিৰ লগতে শ্ৰেণীৰ প্ৰতমটো দিনৰ পৰা নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ লক্ষ্যৰে স্থানীয় প্ৰসাসন, বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট আদিৰ সহযোগত শিক্ষাবৰ্ষৰ প্ৰথমটো সপ্তাহত বিদ্যাৰম্ভ উত্সৱ উদযাপনৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয়ৰ চৌহদ পৰিচ্ছন্ন কৰা, ৰাজহুৱা সভা অনুষ্ঠিত কৰা, শিক্ষাৰ অধিকাৰ আইন সন্দৰ্ভত জন সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে পদক্ষেপ গ্ৰহণ কৰা হয়।

News Paper Advertisement



Swipe to view
Downloads
Swipe to view
Swipe to view
TitleSizeDetail
PDF icon Guideline_for_Utsav_Vidyarambha.pdf887.46 KBswf-image