মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

ৰাইজৰ অংশগ্ৰহণ তথা বিশেষ লক্ষ্য নিৰ্দিষ্ট গোট (চি.পি.এন.এছ.এপ.জি.)

মাচুল বিহীন নম্বৰ

শিক্ষকৰ অনুপস্থিতিৰ দৰে প্ৰসঙ্গৰ তথ্য দিয়াৰ বাবে সৰ্বশিক্ষা অভিযানে ইতিমধ্যে এটা মাচুলবিহীন ভাৱে যোগাযোগ কৰিব পৰা কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰলৈ অহা তথ্যৰ বিশ্লেষণ কৰি উপযুক্ত বিবেচিত হলে সেই সংক্ৰান্তত যথোচিত তদন্তৰ ব্যৱস্থা কৰা হয়। ২০১৩ চনৰ ২০ নৱেম্বৰৰ পৰা এই কেন্দ্ৰৰ কাম-কাজ আৰম্ভ কৰা হৈছিল।

মাচুল বিহীন নম্বৰ - ১৮০০-৩৪৫-৩৫২৫