মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

অধিক
সৰ্বশিক্ষা অভিযানৰ উপাদানসমূহ
সৰ্বাত্মক শিক্ষা

সা-সঁজুলি বিতৰণৰ ক্ষেত্ৰত জড়িত বিভিন্ন সংস্থা

  • এ.এল.আই.এম.চি.অ – হুইলচেয়াৰ, ট্ৰাই চাইকেল, কেলিপাৰ্ছ আৰু বিশেষ ধৰণৰ জোতা আদিৰ বিতৰণ।
  • এ.এল.পি.এছ. – সকলো প্ৰকাৰৰ শ্ৰৱণ যন্ত্ৰৰ বিতৰণ
  • এন.পি.চি.বি. – চশমাৰ বিতৰণ
  • এন.পি.পি.চি.ডি – শ্ৰৱণ যন্ত্ৰৰ বিতৰণ (কেৱল তিনিখন জিলাতহে এই প্ৰকল্প ৰূপায়ণৰ দিহা কৰা হৈছে।

২০০৭-১৮ত চি.ডব্লিউ.এছ.এনৰ স্থিতি আৰু ইয়াৰ বিস্তৃতি

গোটসংখ্যা
চি.ডব্লিউ.এছ.এনৰ মুঠ সংখ্যা৮১৭৮২
বিদ্যালয়ত নামভৰ্তি কৰা চি.ডব্লিউ.এছ.এনৰ সংখ্যা৭৪১০০
গৃহভিত্তিক শিক্ষাই সামৰা৭৬৮২
পুনৰ নিয়োজিত হব লগা সমল ব্যক্তি২৯০
পুনৰ নিয়োজিত হব লগা এ.আৰ.পি১৭৯
পুনৰ নিয়োজিত হব লগা এ.এ.আৰ.পি২৩৪