মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

অধিক
সৰ্বশিক্ষা অভিযানৰ উপাদানসমূহ
বিশেষ প্ৰশিক্ষণ

লৰাৰ বাবে আৱাসিক বিদ্যালয় –(আৰ.এছ.বি.)

লৰাৰ বাবে আৱাসিক বিদ্যালয় – ২০০৬-০৭ বৰ্ষৰ অগ্ৰগতি।

গৃহহীন, পদপথত কাম কৰা শিশু, আশ্ৰয়হীন অথবা ডাঙৰৰ তদাৰকী নোপোৱা চহৰাঞ্চলৰ শিশুসকলৰ বাবে ২০১১-১২ বৰ্ষত ভাৰত চৰকাৰে দুখন আৱাসিক বিদ্যালয় স্থাপনৰ এক প্ৰস্তাৱলৈ অনুমোদন জনায়। কামৰূপ (মহানগৰ) জিলাৰ গৱাহাটী আৰু কাছাৰ জিলাৰ শিলচৰ চহৰত এই দুখন বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় ২০১২-১৩ বৰ্ষত।

সামৰি লোৱা শিশু

কৰ্মসংখ্যামন্তব্য
অনুমোদিত বিদ্যালয়ৰ সংখ্যাশিলচৰ আৰু গুৱাহাটীত
সক্ৰিয় বিদ্যালয়ৰ সংখ্যা১০০ শতাংশ সম্পূৰ্ণ
লক্ষ্য নিৰ্দিষ্ট শিশুৰ সংখ্যা২০০ভাৰত চৰকাৰে জনোৱা অনুমোদন মৰ্মে
সামৰি লোৱা শিশুৰ সংখ্যা২০০১০০ শতাংশ সম্পূৰ্ণ

শিশুসকলৰ সামাজিক প্ৰকাৰ

জিলাঅনুসূচীত জাতিঅনুসূচীত জনজাতিঅন্যান্য পিছপৰা শ্ৰেণীমুছলমান সংখ্যালঘূঅন্যান্যমুঠ নাম ভৰ্তি
কাছাৰ৫৭২২১১৭(সা)১০০
কামৰূপ মহানগৰ১৬২৩৪৬০৮(সা)১০০
মুঠ৬৪৩৮২৬৫৭১৫২০০

শিশুৰ শ্ৰেণী

উপেক্ষিত শ্ৰেণী*
ক্ৰমিক নংজিলাৰ নামপ্ৰবেশৰ সুবিধাবিহীন অঞ্চলৰ শিশুগৃহহীনঅভিভাৱকহীনঘাত মাউৰাএইছ. আই.ভি/ এইডছ আক্ৰান্তযৌন কৰ্মীৰ সন্তানভিক্ষাৰী শিশুযাযাবৰ পৰিয়ালৰ শিশুজাবৰ বিচৰা শিশুদৰিদ্ৰ সীমাৰেখাৰ তলৰ শিুঅন্যান্যমুঠ
কাছাৰ১৫২৫৪৪মাউৰা শিশু শ্ৰমিক ১২১০০
কামৰূপ (ম)৫৭মাউৰা শিশু শ্ৰমিক ৩৯১০০
মুঠ ৭২২৫৪৪৫১২০০

শ্ৰেণী ভিত্তিক ভৰ্তি

জিলাষষ্ঠ শ্ৰেণীসপ্তম শ্ৰেণীঅষ্টম শ্ৰেণীমুঠ ভৰ্তি
কাছাৰ৩৭৪৩২০১০০
কামৰূপ মহানগৰ৬৫১৭১৮১০০
মুঠ১০২৬০৩৮২০০

আধাতে বিদ্যালয় এৰা/ কোনো দিন নাম ভৰ্তি নোহোৱা শিশু

জিলাআধাতে বিদ্যালয় এৰাকোনো দিন নাম ভৰ্তি নোহোৱামুঠ ভৰ্তি
কাছাৰ৮২১৮১০০
কামৰূপ মহানগৰ৭১২৯১০০
মুঠ১৫৩৪৭২০০

বছৰ ভিত্তিত সম্পূৰ্ণ হোৱা প্ৰাথমিক শিক্ষা(অষ্টম শ্ৰেণী) আৰু নৱম শ্ৰেণীত নাম ভৰ্তি

 

জিলা ভিত্তিক ২০১৬ বৰ্ষৰ শৈক্ষণিক সময়ত অষ্টম শ্ৰেণীৰ পৰা উৰ্ত্তীণ হোৱা শিশুৰ মুঠ সংখ্যা ২০১৭ বৰ্ৰ মূলধাৰা এনেধৰণৰ-

ক্ৰমিক নংজিলাআৰ.বি.এছ.ৰ নামমূলধাৰাৰ মুঠ শিশু
কাছাৰশিলচৰ লৰাৰ আৱাসিক বিদ্যালয়২৬
কামৰূপ মহানগৰডঃ ভূপেন হাজৰিকা লৰাৰ আৱাসিক বিদ্যালয়১৭