মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

অধিক
সৰ্বশিক্ষা অভিযানৰ উপাদানসমূহ
সৰ্বাত্মক শিক্ষা

যোগাত্মক আৰু ঐক্যমত্য স্থাপন

অন্যান্য সংস্থাৰ সৈতে যোগসূত্ৰ আৰু ঐক্যমত্য স্থাপনৰ কাৰণে-

  • চিকিত্সা সমীক্ষা শিবিৰৰ আয়োজন
  • সা-সঁজুলি বিতৰণ
  • অভিভাৱকৰ প্ৰশিক্ষণ
  • স্বেচ্ছাসেৱী আৰু শিক্ষকৰ বাবে আধাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা
  • চি.ডব্লিউ.এছ.এনৰ বাবে পৰিচয়-পত্ৰ যোগানৰ ব্যৱস্থা কৰা
  • সংশোধনীমূলক অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা
  • অন্যান্য স্থানীয় অনা-চৰকাৰী সংস্থা।