লৰাৰ বাবে আৱাসিক বিদ্যালয় – ২০০৬-০৭ বৰ্ষৰ অগ্ৰগতি।
গৃহহীন, পদপথত কাম কৰা শিশু, আশ্ৰয়হীন অথবা ডাঙৰৰ তদাৰকী নোপোৱা চহৰাঞ্চলৰ শিশুসকলৰ বাবে ২০১১-১২ বৰ্ষত ভাৰত চৰকাৰে দুখন আৱাসিক বিদ্যালয় স্থাপনৰ এক প্ৰস্তাৱলৈ অনুমোদন জনায়। কামৰূপ (মহানগৰ) জিলাৰ গৱাহাটী আৰু কাছাৰ জিলাৰ শিলচৰ চহৰত এই দুখন বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় ২০১২-১৩ বৰ্ষত।
সামৰি লোৱা শিশু
কৰ্ম | সংখ্যা | মন্তব্য |
---|
অনুমোদিত বিদ্যালয়ৰ সংখ্যা | ২ | শিলচৰ আৰু গুৱাহাটীত |
সক্ৰিয় বিদ্যালয়ৰ সংখ্যা | ২ | ১০০ শতাংশ সম্পূৰ্ণ |
লক্ষ্য নিৰ্দিষ্ট শিশুৰ সংখ্যা | ২০০ | ভাৰত চৰকাৰে জনোৱা অনুমোদন মৰ্মে |
সামৰি লোৱা শিশুৰ সংখ্যা | ২০০ | ১০০ শতাংশ সম্পূৰ্ণ |
শিশুসকলৰ সামাজিক প্ৰকাৰ
জিলা | অনুসূচীত জাতি | অনুসূচীত জনজাতি | অন্যান্য পিছপৰা শ্ৰেণী | মুছলমান সংখ্যালঘূ | অন্যান্য | মুঠ নাম ভৰ্তি |
---|
কাছাৰ | ৫৭ | ২২ | ৩ | ১১ | ৭(সা) | ১০০ |
কামৰূপ মহানগৰ | ৭ | ১৬ | ২৩ | ৪৬ | ০৮(সা) | ১০০ |
মুঠ | ৬৪ | ৩৮ | ২৬ | ৫৭ | ১৫ | ২০০ |
শিশুৰ শ্ৰেণী
উপেক্ষিত শ্ৰেণী* |
---|
ক্ৰমিক নং | জিলাৰ নাম | প্ৰবেশৰ সুবিধাবিহীন অঞ্চলৰ শিশু | গৃহহীন | অভিভাৱকহীন | ঘাত মাউৰা | এইছ. আই.ভি/ এইডছ আক্ৰান্ত | যৌন কৰ্মীৰ সন্তান | ভিক্ষাৰী শিশু | যাযাবৰ পৰিয়ালৰ শিশু | জাবৰ বিচৰা শিশু | দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিু | অন্যান্য | মুঠ |
---|
১ | কাছাৰ | ০ | ২ | ১৫ | ২ | ০ | ০ | ২৫ | ০ | ৪৪ | ০ | মাউৰা শিশু শ্ৰমিক ১২ | ১০০ |
২ | কামৰূপ (ম) | ০ | ৩ | ৫৭ | ১ | ০ | ০ | ০ | ০ | ০ | ০ | মাউৰা শিশু শ্ৰমিক ৩৯ | ১০০ |
মুঠ | | ০ | ৫ | ৭২ | ৩ | ০ | ০ | ২৫ | ০ | ৪৪ | ০ | ৫১ | ২০০ |
শ্ৰেণী ভিত্তিক ভৰ্তি
জিলা | ষষ্ঠ শ্ৰেণী | সপ্তম শ্ৰেণী | অষ্টম শ্ৰেণী | মুঠ ভৰ্তি |
---|
কাছাৰ | ৩৭ | ৪৩ | ২০ | ১০০ |
কামৰূপ মহানগৰ | ৬৫ | ১৭ | ১৮ | ১০০ |
মুঠ | ১০২ | ৬০ | ৩৮ | ২০০ |
আধাতে বিদ্যালয় এৰা/ কোনো দিন নাম ভৰ্তি নোহোৱা শিশু
জিলা | আধাতে বিদ্যালয় এৰা | কোনো দিন নাম ভৰ্তি নোহোৱা | মুঠ ভৰ্তি |
কাছাৰ | ৮২ | ১৮ | ১০০ |
কামৰূপ মহানগৰ | ৭১ | ২৯ | ১০০ |
মুঠ | ১৫৩ | ৪৭ | ২০০ |
বছৰ ভিত্তিত সম্পূৰ্ণ হোৱা প্ৰাথমিক শিক্ষা(অষ্টম শ্ৰেণী) আৰু নৱম শ্ৰেণীত নাম ভৰ্তি
জিলা ভিত্তিক ২০১৬ বৰ্ষৰ শৈক্ষণিক সময়ত অষ্টম শ্ৰেণীৰ পৰা উৰ্ত্তীণ হোৱা শিশুৰ মুঠ সংখ্যা ২০১৭ বৰ্ৰ মূলধাৰা এনেধৰণৰ-
ক্ৰমিক নং | জিলা | আৰ.বি.এছ.ৰ নাম | মূলধাৰাৰ মুঠ শিশু |
---|
১ | কাছাৰ | শিলচৰ লৰাৰ আৱাসিক বিদ্যালয় | ২৬ |
২ | কামৰূপ মহানগৰ | ডঃ ভূপেন হাজৰিকা লৰাৰ আৱাসিক বিদ্যালয় | ১৭ |