- এ.এল.আই.এম.চি.অ – হুইলচেয়াৰ, ট্ৰাই চাইকেল, কেলিপাৰ্ছ আৰু বিশেষ ধৰণৰ জোতা আদিৰ বিতৰণ।
- এ.এল.পি.এছ. – সকলো প্ৰকাৰৰ শ্ৰৱণ যন্ত্ৰৰ বিতৰণ
- এন.পি.চি.বি. – চশমাৰ বিতৰণ
- এন.পি.পি.চি.ডি – শ্ৰৱণ যন্ত্ৰৰ বিতৰণ (কেৱল তিনিখন জিলাতহে এই প্ৰকল্প ৰূপায়ণৰ দিহা কৰা হৈছে।
২০০৭-১৮ত চি.ডব্লিউ.এছ.এনৰ স্থিতি আৰু ইয়াৰ বিস্তৃতি
গোট | সংখ্যা |
---|
চি.ডব্লিউ.এছ.এনৰ মুঠ সংখ্যা | ৮১৭৮২ |
বিদ্যালয়ত নামভৰ্তি কৰা চি.ডব্লিউ.এছ.এনৰ সংখ্যা | ৭৪১০০ |
গৃহভিত্তিক শিক্ষাই সামৰা | ৭৬৮২ |
পুনৰ নিয়োজিত হব লগা সমল ব্যক্তি | ২৯০ |
পুনৰ নিয়োজিত হব লগা এ.আৰ.পি | ১৭৯ |
পুনৰ নিয়োজিত হব লগা এ.এ.আৰ.পি | ২৩৪ |