মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

গুণোৎসৱৰ ফলাফল

 

গুণোৎসৱ পৰ্য্যায়ঃ ১

অসমৰ আঠখন জিলাত ৪ৰ পৰা ৭ এপ্ৰিল, ২০১৭ লৈ প্ৰথম পৰ্য্যায়ৰ গুণোৎসৱৰ আয়োজন কৰা হৈছিল। বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ(ম), লক্ষীমপুৰ, মৰিগাওঁ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ১২,২৮৬ খন বিদ্যালয়ৰ মুঠ ৭,১৫,৯৩০(৯,১১,৫৮৮ মুঠ শিশুৰ ৭৯%) শিশুৱে এই কাৰ্য্যসূচীত ভাগ লয়। এই পৰ্য্যায়ত জিলাকেইখনৰ চৰকাৰী/প্ৰদেশীকৃত/চাহ- বাগিছা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত/ সংযুক্ত বিদ্যালয়সমূহ(প্ৰাথমিক পৰ্য্যায়ৰ) সামৰি সাতটা মাধ্যমত যেনে- অসমীয়া, বড়ো, বঙালী, হিন্দী, ইংৰাজী, মণিপুৰী আৰু নেপালী মূল্যায়কন কৰা হয়। এই কাৰ্য্যসূচীত দ্বিতীয় শ্ৰেণীৰ শিশুৰ পৰা অষ্টম শ্ৰেণীৰ শিশুলৈকে সামৰি লোৱা হৈছে।

মূল্যায়কনৰ প্ৰকাৰ অ’.এম.আৰ. ওপৰত ভিত্তি কৰি চাৰিটা বিকল্প প্ৰশ্নৰে সৈতে মাল্টিপোল নিৰ্বাচনী প্ৰশ্ন।

গ্ৰেডবিদ্যালয়ৰ সংখ্যাবিদ্যালয়ৰ শতাংশ
এ+৭৭৭৬.০০%
২৩২৩১৯.০০%
বি৩১০৬২৫.০০%
চি৩৩০২২৭.০০%
ডি২৭৭৮২৩.০০%
সকলো গ্ৰেড১২.২৮৬ 

গুণোৎসৱ পৰ্য্যায়ঃ ২

অসমৰ বাৰখন জিলাত ১০ৰ পৰা ১৩ অক্টোবৰ, ২০১৭ লৈ দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ আয়োজন কৰা হৈছিল। বঙাইগাওঁ, কাছাৰ, চৰাইদেউ, ডিমা হাচাও, যোৰহাট, কামৰূপ(গ্ৰা), কাৰ্বি আংলং, কোকোৰাঝাৰ, নগাওঁ, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰিৰ ১৮,৮১১ খন বিদ্যালয়ৰ মুঠ ১১,২০,৯৬০(১২,১৯,৯৪০ মুঠ শিশুৰ ৯২%) শিশুৱে এই কাৰ্য্যসূচীত ভাগ লয়। এই পৰ্য্যায়ত জিলাকেইখনৰ চৰকাৰী/প্ৰদেশীকৃত/চাহ- বাগিছা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত/ সংযুক্ত বিদ্যালয়সমূহ(প্ৰাথমিক পৰ্য্যায়ৰ) সামৰি সাতটা মাধ্যমত যেনে- অসমীয়া, বড়ো, বঙালী, হিন্দী, ইংৰাজী, মণিপুৰী আৰু নেপালী মূল্যায়কন কৰা হয়। এই কাৰ্য্যসূচীত দ্বিতীয় শ্ৰেণীৰ শিশুৰ পৰা অষ্টম শ্ৰেণীৰ শিশুলৈকে সামৰি লোৱা হৈছে।

মূল্যায়কনৰ প্ৰকাৰ অ’.এম.আৰ. ওপৰত ভিত্তি কৰি চাৰিটা বিকল্প প্ৰশ্নৰে সৈতে মাল্টিপোল নিৰ্বাচনী প্ৰশ্ন।

গ্ৰেডবিদ্যালয়ৰ সংখ্যাবিদ্যালয়ৰ শতাংশ
এ+১,৬৭২৯.০০%
৫,৪৮০২৯.০০%
বি৬,০৪৭৩২.০০%
চি৩,৬৩৮১৯.০০%
ডি১,৯৭৪১০.০০%
সকলো গ্ৰেড১৮,৮১১ 

গুণোৎসৱ পৰ্য্যায়ঃ

অসমৰ তেৰখন জিলাত ৩-৬ জানুৱাৰী, ২০১৮ লৈ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ আয়োজন কৰা হৈছিল। বাক্সা, বিশ্বনাথ, দৰং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, হোজাই, কৰিমগঞ্জ, মাজুলী, নলবাৰী, শোণিতপুৰ আৰু দক্ষিণ শালমৰা- মানকাছাৰৰ ১৭,৮৬৯ খন বিদ্যালয়ৰ মুঠ ১১,৭৪,৯৯৫(১২,৫৬,৪৩১ মুঠ শিশুৰ ৯৪%) শিশুৱে এই কাৰ্য্যসূচীত ভাগ লয়। এই পৰ্য্যায়ত জিলাকেইখনৰ চৰকাৰী/প্ৰদেশীকৃত/চাহ- বাগিছা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত/ সংযুক্ত বিদ্যালয়সমূহ(প্ৰাথমিক পৰ্য্যায়ৰ) সামৰি সাতটা মাধ্যমত যেনে- অসমীয়া, বড়ো, বঙালী, হিন্দী, ইংৰাজী, মণিপুৰী আৰু নেপালী মূল্যায়কন কৰা হয়। এই কাৰ্য্যসূচীত দ্বিতীয় শ্ৰেণীৰ শিশুৰ পৰা অষ্টম শ্ৰেণীৰ শিশুলৈকে সামৰি লোৱা হৈছে।

মূল্যায়কনৰ প্ৰকাৰ অ’.এম.আৰ. ওপৰত ভিত্তি কৰি চাৰিটা বিকল্পৰে সৈতে বহু বিপল্প প্ৰশ্ন।

গ্ৰেডবিদ্যালয়ৰ সংখ্যাবিদ্যালয়ৰ শতাংশ
এ+৩,৫৭৫২০.০০%
৭,০৬৩৪০.০০%
বি৪,৯০৩২৭.০০%
চি১,৮০৮১০.০০%
ডি৫,২০৩.০০%
সকলো গ্ৰেড১৭,৮৬৯