মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

স্বচ্ছ বিদ্যালয় পুৰস্কাৰ ২০১৭

  • স্বচ্ছ বিদ্যালয় পুৰস্কাৰ ২০১৭ৰ বিদ্যালয়ৰ তালিকা

    স্বচ্ছ বিদ্যালয় পুৰস্কাৰ ২০১৬

    আগৰ বছৰৰ দৰে অসম সৰ্ব শিক্ষা অভিযান মিছনে ৰাজ্যিক ভিত্তিত ২৭ মাৰ্চ ২০১৭ বৰ্ষত ১৩ খন নিৰ্বচিত বিদ্যালয়ক ২০১৬ বৰ্ষৰ বাবে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদান কৰে। উক্ত ৰাজ্যিক ভিত্তিক বঁটা প্ৰদান অনুষঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষা মন্ত্ৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যিক ভিত্তিত বঁটা প্ৰাপ্ত বিদ্যালয়সমূহ হৈছে-

    জিলাবিদ্যালয়ৰ নাম
    দৰংটেঙাবাৰী নিম্ন প্ৰাথমিক বিদ্যালয়
    যোৰহাটমেলামাটি চৰকাৰী জে.আৰ. প্ৰাথমিক
    গোলাঘাটজ্ঞনদ্বীপ এম.ই.
    কামৰূপ মহানগৰক্ষেত্ৰী এম.ই. বিদ্যালয়
    গোলাঘাটবৰজান এম.ই. বিদ্যালয়
    কামৰূপ গ্ৰাম্যবঙৰা পাছানীপাৰা এম.ভি. বিদ্যালয়
    ডিব্ৰুগড়টকৌবিল নিম্ন প্ৰাথমিক বিদ্যালয়
    ধুবুৰীকলদবা এম.ই. বিদ্যালয়
    গোলাঘাটবাটিপৰীয়া এম.ই. বিদ্যালয়
    শোণিতপুৰসূৰ্যোদয় এম.ই. বিদ্যালয়
    বঙাইগাওঁ৪৫ নং বঙাইগাওঁ কেন্দ্ৰীয় নিম
    কামৰূপ গ্ৰাম্যবসুমতি হিন্দী নিম্ন প্ৰাথমিক বিদ্যালয়
    ডিব্ৰুগড়শ্ৰী শংকৰদেৱ নিম্ন প্ৰাথমিক বিদ্যালয়

    ২০১৬ বৰ্ষট অসমৰ  খন বিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে ভাৰত চৰকাৰৰ মাননীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী হাতৰ পৰা বঁটা লাভ কৰে। এই ৬ খন বিদ্যালয়ে ভাৰত চৰকাৰৰ তৰফৰ পৰা ৫০,০০০ টকাৰ মাননী আৰু একোখনকৈ স্বচ্ছ বিদ্যালয় পুৰস্কাৰ মানপত্ৰ লাভ কৰে।

    জিলাবিদ্যালয়ৰ নাম
    কামৰূপ মহানগৰবসুমতি হিন্দী নিম্ন প্ৰাথমিক বিদ্যালয়
    গোলাঘাটবৰজান এম.ই. বিদ্যালয়
    ধুবুৰীকলদবা এম.ই. বিদ্যালয়
    ডিব্ৰুগড়শ্ৰী শংকৰদেৱ নিম্ন প্ৰাথমিক বিদ্যালয়
    ডিব্ৰুগড়স্বৰূপানন্দা বিদ্যাপীঠ এইচ.ই. বিদ্যালয়
    নগাওঁনগৰ পানীগাওঁ এম.ই. বিদ্যালয়