স্বচ্ছ বিদ্যালয় পুৰস্কাৰ ২০১৬
আগৰ বছৰৰ দৰে অসম সৰ্ব শিক্ষা অভিযান মিছনে ৰাজ্যিক ভিত্তিত ২৭ মাৰ্চ ২০১৭ বৰ্ষত ১৩ খন নিৰ্বচিত বিদ্যালয়ক ২০১৬ বৰ্ষৰ বাবে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদান কৰে। উক্ত ৰাজ্যিক ভিত্তিক বঁটা প্ৰদান অনুষঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষা মন্ত্ৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যিক ভিত্তিত বঁটা প্ৰাপ্ত বিদ্যালয়সমূহ হৈছে-
জিলা | বিদ্যালয়ৰ নাম |
---|---|
দৰং | টেঙাবাৰী নিম্ন প্ৰাথমিক বিদ্যালয় |
যোৰহাট | মেলামাটি চৰকাৰী জে.আৰ. প্ৰাথমিক |
গোলাঘাট | জ্ঞনদ্বীপ এম.ই. |
কামৰূপ মহানগৰ | ক্ষেত্ৰী এম.ই. বিদ্যালয় |
গোলাঘাট | বৰজান এম.ই. বিদ্যালয় |
কামৰূপ গ্ৰাম্য | বঙৰা পাছানীপাৰা এম.ভি. বিদ্যালয় |
ডিব্ৰুগড় | টকৌবিল নিম্ন প্ৰাথমিক বিদ্যালয় |
ধুবুৰী | কলদবা এম.ই. বিদ্যালয় |
গোলাঘাট | বাটিপৰীয়া এম.ই. বিদ্যালয় |
শোণিতপুৰ | সূৰ্যোদয় এম.ই. বিদ্যালয় |
বঙাইগাওঁ | ৪৫ নং বঙাইগাওঁ কেন্দ্ৰীয় নিম |
কামৰূপ গ্ৰাম্য | বসুমতি হিন্দী নিম্ন প্ৰাথমিক বিদ্যালয় |
ডিব্ৰুগড় | শ্ৰী শংকৰদেৱ নিম্ন প্ৰাথমিক বিদ্যালয় |
২০১৬ বৰ্ষট অসমৰ খন বিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে ভাৰত চৰকাৰৰ মাননীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী হাতৰ পৰা বঁটা লাভ কৰে। এই ৬ খন বিদ্যালয়ে ভাৰত চৰকাৰৰ তৰফৰ পৰা ৫০,০০০ টকাৰ মাননী আৰু একোখনকৈ স্বচ্ছ বিদ্যালয় পুৰস্কাৰ মানপত্ৰ লাভ কৰে।
জিলা | বিদ্যালয়ৰ নাম |
---|---|
কামৰূপ মহানগৰ | বসুমতি হিন্দী নিম্ন প্ৰাথমিক বিদ্যালয় |
গোলাঘাট | বৰজান এম.ই. বিদ্যালয় |
ধুবুৰী | কলদবা এম.ই. বিদ্যালয় |
ডিব্ৰুগড় | শ্ৰী শংকৰদেৱ নিম্ন প্ৰাথমিক বিদ্যালয় |
ডিব্ৰুগড় | স্বৰূপানন্দা বিদ্যাপীঠ এইচ.ই. বিদ্যালয় |
নগাওঁ | নগৰ পানীগাওঁ এম.ই. বিদ্যালয় |