মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা Samagra Shiksha Assam

শিক্ষক প্ৰশিক্ষণ

শিক্ষক প্ৰশিক্ষণ আৰু সৰ্বশিক্ষা অভিযান, অসমৰ অধীনত শিক্ষা বিষয়ক উপাদান

অসম সৰ্বশিক্ষা অভিযানৰ মূল উদ্দেশ্য হল সকলোৱে যাতে স্কুলীয়া শিক্ষা লাভ কৰে আৰু সম্পূৰ্ণ কৰে, সেই একে সময়তে যাতে প্ৰাথমিক শিক্ষাৰ মানদণ্ড উন্নত হয়, শিক্ষকসকলৰ শিক্ষণ পদ্ধতি উন্নত কৰি। ইয়াৰোপৰি লৰা-ছোৱালীবোৰৰ কৰ্মদক্ষতা বঢ়োৱাটো কৰ্মশালাৰ মূল উদ্দেশ্য। শিক্ষাৰ মানদণ্ড শিক্ষক প্ৰশিক্ষণ আৰু শিক্ষা বিষয়ক সংযোগীৰ জৰিয়তে উন্নত কৰাও সৰ্বশিক্ষাৰ উদ্দেশ্য। ইয়াত সোমাই আছে লৰা-ছোৱালীবোৰৰ বিকাশ, পাঠ্যক্ৰমৰ সূচী, শিক্ষা দান, গ্ৰহণ পদ্ধতি, শিক্ষকৰ প্ৰস্তুতি (প্ৰশিক্ষণ, পুনৰচৰ্চা পাঠ্যক্ৰম ইত্যাদি) প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা, গঠন প্ৰণালী আদি।

ইয়াৰ জৰিয়তে কেইটামান বিশেষ কাম কৰা হয়-

  • আয়-ব্যয়ৰ খচৰা – শিক্ষক প্ৰশিক্ষণৰ সংযোগত জড়িত
  • খৰচৰ পৰিকল্পনা
  • বিনামূলীয়া পাঠ্যপুথি সম্বন্ধীয় বিষয়।
  • বিনামূলীয়া পাঠ্যপুথি প্ৰস্তুত, অতিৰিক্ত সামগ্ৰী, যেনে- কিতাপ, নিৰ্দেশাত্মক সজ্জ্বা, সাধুকথাৰ পুথি, তালিকা, কাৰ্ড, গ্ৰীড আদি।
  • পঢ়ে ভাৰত, আগবাঢ়ে ভাৰত - প্ৰণয়ন কৰা।
  • বিদ্যালয়ৰ প্ৰধানৰ বাবে বিদ্যালয় নেতৃত্ব কাৰ্যক্ৰম প্ৰণয়ন।
  • অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক প্ৰশিক্ষণ দিয়া -দুবছৰীয়া ডি.ই.এল.ইউ. কাৰ্যক্ৰম
  • সৰ্বশিক্ষাৰ অধীনত সহকাৰী শিক্ষকক নিযুক্ত।
  • চালা চিদ্ধি প্ৰণয়ন
  • গুণোত্সৱ প্ৰণয়ন
  • চি.আৰ.চি.চি.জ, বি.আৰ.পি নিযুক্ত।
  • ইউনিফৰ্মৰ লগত জড়িত বিষয়।
  • ব্লক পৰ্যায়ৰ শিক্ষক প্ৰশিক্ষণৰ আয়োজন (১-৫লৈ)
  • ব্লক পৰ্যায়ৰ শিক্ষক প্ৰশিক্ষণৰ আয়োজন (৬-৮ পৰ্যায়লৈ)
  • আঞ্চলিক পৰ্যায়ৰ শিক্ষক নিৰ্দেশনা প্ৰস্তুত কৰা প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ বাবে (চি.আৰ.চি পৰ্যায় প্ৰশিক্ষণ) (চৰকাৰী আৰু প্ৰাদেশিক)
  • বিভিন্ন ধৰণৰ প্ৰশিক্ষণ/নিৰ্দেশনাত্মক কাৰ্যক্ৰমৰ গুণাংক প্ৰস্তুত কৰা।
  • শিক্ষৰ প্ৰয়োজনীয় সমীক্ষা।
  • চাহবাগিচা অঞ্চলৰ বিদ্যালয়ৰ বাবে শিকণ কাৰ্যক্ৰম প্ৰণয়ন কৰা।
  • বিদ্যাঞ্জলী প্ৰণয়ন
  • পি.আই.এন.ডি.আই.চি.এছ.
  • পঢ়ুৱৈ ক্লাৱ প্ৰণয়ন
  • গ্ৰন্থাগাৰৰ কিতাপৰ লগত জড়িত বিষয়।
  • এছ.ডি.জি.ৰ লগত জড়িত বিষয়।
  • পৰীক্ষণৰ লগত জড়িত বিষয়।
  • মানৱ সম্পদ বিকাশ মন্ত্ৰালয় ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, এ.ডি.চি.আই.এল.ক প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল।
  • বিদ্যালয় জীৱনৰ এক ধাৰা – তাক প্ৰণয়ন কৰা
  • গুণাগুণ নিৰীক্ষণ আহিলাক প্ৰণয়ন কৰা।
  • ভিডিঅ বাৰ্তালাপৰ আয়োজন কৰা আৰু তাক আগবঢ়াই লৈ গৈ থকা।
  • আইনীগত প্ৰসঙ্গ, শিক্ষক প্ৰশিক্ষণ সংযোগীৰ লগত জড়িত বিষয়।
  • শিক্ষক সমিতিৰ লগত জড়িত কথাবোৰ।
  • টেট বিষয়ক, টেট আয়োজন অন্তৰ্ভুক্ত।
  • শিক্ষক প্ৰশিক্ষণ অন্তৰ্ভুক্তি।
  • ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযান প্ৰণয়ন
  • শিক্ষক প্ৰশিক্ষণ সংযোগীৰ লগত জড়িত আৰ.টি.আই. বিষয়।
  • অবিৰত ব্যাপক মূল্যাংকনৰ লগত জড়িত বিষয়।
  • ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ লগত জড়িত বিষয়।
  • নতুন শিক্ষানীতিৰ লগত জড়িত বিষয়।
  • ছাত্ৰ-ছাত্ৰীৰ উন্নতি কাৰ্ডৰ লগত জড়িত বিষয়।
  • গণিত বিজ্ঞান বাৰ্তা প্ৰকাশ কৰা।
  • শৈক্ষিক কাৰ্যসূচী প্ৰকাশ কৰা।
  • চি.এফ.এছ.এছ. প্ৰণয়ন।
  • নবীকৰণ