বৰঙণি ভিত্তিক ভৱিষ্য নিধিৰ পঞ্জীয়ন নম্বৰৰ লগতে ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (ইউ.এ.এল) আদি বিতৰণ কৰিব পৰাকৈ সকলোবোৰ টেট শিক্ষক আৰু সৰ্বশিক্ষা অভিযানৰে জড়িত কৰ্মচাৰীবৃন্দৰ সবিসেষ তথ্য সংগ্ৰহেৰে এক তথ্য ভাণ্ডাৰ গঢ়ি তোলা হৈছে।
চি.পি.এফ.ৰ বাবে কোনো ব্যক্তিক উত্তৰাধিকাৰী মনোনীত কৰাৰ বাবে পূৰণ কৰিবলগীয়া প্ৰপত্ৰ (প্ৰ-পত্ৰ নং- ২ আৰ)
ভৱিষ্য নিধি সদস্যৰ অন্য সংস্থালৈ বদলি হবলগীয়া হলে পূৰণ কৰিবলগীয়া হোৱা প্ৰ-পত্ৰ (প্ৰপত্ৰ নং ১৩)
ভৱিষ্য নিধিৰ ধন আগতীয়াকৈ উলিওৱাৰ বাবে পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ (প্ৰ-পত্ৰ নং – ৩১)
জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়াৰ দ্বাৰা ই.চি.আৰ, পোৰ্টেলত তথ্যৰ শেহতীয়াকৰণ সম্পূৰ্ণ কৰা।
| Title | Size | Detail |
|---|---|---|
| EPF - Form No. 2 (Nomination).pdf | 598.66 KB | |
| EPF- Form No. 10C, 19 (Settlement) and 31 (Advance).pdf | 430.79 KB | |
| EPF-Form No. 13 (transfer claim).pdf | 452.26 KB |